এদিন দেখুরাম দিয়া
মোৰ বুকুৰে বৈ যোরা
নীলা সাগৰৰ ঢৌবোৰ
প্রতিক্ষণে পাৰলৈ আহি
পুনৰ গুচি যায় ঘূৰি দূৰলৈ
কি বিচাৰে বাৰু কি বিচাৰে
প্রত্যকবাৰে পাৰলৈ আহি
মোক আমনি কৰে
নেলাগে আহিব
নোরাৰো সহিব
নাহিবা আকৌ ঘূৰি
চিৰ্ জীরন বেদনাবোৰ লৈ
অকলশৰে আগুয়াই গৈ আছো আগবাঢ়ি।।
সুন্দৰ কৈ লিখিছে।