জিরনৰ সমাধান বিচাৰি মোৰ সন্ধান
মোৰ সংগ্ৰাম
এই যুজ
এলানি লানি নিছিঙা মাতাল ঢৌৰ দৰে
প্রতিক্ষণে পাৰলৈ আহি
পুনৰ ঘুৰি যায় দূৰলৈ
আকৌ আহে
ছাগে জীয়াই থকাৰ তাৰনাত
নহলে যে মৃত্যুৰ আগমন
~ জiত
Welcome visitors to your site with a short, engaging introduction. Double click to edit and add your own text.
Glad to read your work.
It's easy to write in English but not that easy to write in a local language. And you composed it so well.
Keep it up, friend!