– ডাঃ গীতাৰ্থ তালুকদাৰফাগুনী বতাহৰ আচল ধৰি,মৃদু লাহি পৰশে,মদাৰ, সোণাৰু, শিমলুৰ, ৰেণুকো চেৰ পেলাই, আহিছে কাষলৈ;এই ৰিক্ত হৃদয়ৰবেদনা দূৰ কৰিবলৈ;বাউলি ধূলিময় বতাহত,নিগৰিছে বৃষ্টিৰ টোপাল হৈ,নিৰস হিয়াতসেউজ বিৰিঙাবলৈ ।#NaPoWriMo #love #pain #assamesepoem
ধুনীয়া ✨👏
Awesome 👍🏼
👍👍