এতিয়া জোনাকৰ
বিষাদ কবি হৱৰ
আহৰি নাই
তেওঁৰ পৰসত এতিয়া
মাথো
সুৰোজ মুখী স্বপ্নৰ পথ
পথিক
নিদৰাত সপোন
ৰচিবলৈ তেওঁ মোৰ
উংসাহৰ শেৱালী
যি মোক ৰাতি বিকশিত
কৰিছে
সবল কৰিছে মোৰ
মাতাল জীৱনক
সুস্থিৰ কৰিছে
মোৰ হাজাৰ বিফলতাৰ
সিপাৰৰ ভগা
পজাক
বিশ্বাসালোক হৈ
উজলাই
তুলিছে
ধন্য মই তেওঁ মোৰ
সেউজীয়া হৈ
দেখা দিছে!