সৰল নে সাথঁৰ?শব্দহীন কথাবোৰধূসৰ নে মায়া?নোৱাৰি বুজিবএই ভাষাপ্ৰীতি নে বাসনা?সহিব নোৱাৰি প্ৰতিপলঅন্তহীন বেদনা~xoma.dhan